Chetna Das Actress
অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস বাইদেউ লগত হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাৰ জন্ম, শিক্ষা জীৱন এই বিষয়ে জানিব বিচাৰোঁ।চেতনা দাসঃমোৰ জন্ম ১৯৫৪ চনতশ্বিলঙৰ গণেশ দাস হষ্পিতালত।দেউতা কৰ বিভাগত চাকৰি কৰিছিল।শ্বিলঙত জন্ম হোৱা বাবে মোৰ নাকটো ফেচাৰ নিচিনা। মই বৰপেটাৰ আমোলাপট্টি প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ।তৃতীয় শ্ৰেণীৰ ছমহীয়া পৰীক্ষা … Read more