Anuraag Saikia

Axom Express : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছ আলোচনীৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। আপোনাৰ জন্ম শৈশৱ কৈশোৰ লগতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁAnuraag : বহুত ধন্যবাদ অসম এক্সপ্ৰেছৰ সকলো সদস্যলৈ লগতে পবিত্ৰ বৰদলৈক বিশেষভাৱে ধন্যবাদ জনালো মোক এইখিনি সুবিধা দিয়াৰ বাবে লগতে ধন্যবাদ নিলোৎপল শব্দ ককাইদেউক মোক ইমানখিনি মৰম আৰু সাহস দি ৰাইজৰ আগত মোৰ … Read more

Lachit Borphukan

লাচিত বৰফুকন আছিল অসমৰ আহোম ৰাজ্যৰ এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল,শৰাইঘাটৰ যুদ্ধত তেওঁ দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী শিৱসাগৰত হৈছিল বুলি … Read more

Mimicry Artist Bhaskar Porokh

অসমৰ জনপ্ৰিয় মিমিক্ৰি আৰ্টিষ্ট ভাস্কৰ পৰশৰ মনৰ কথাঅসম এক্সপ্ৰেছ : প্ৰথমেআপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ। আপোনাৰ শৈশৱ কৈশোৰ আৰু শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ।ভাস্কৰ পৰশঃ ময়ো প্ৰথমতে অসম এক্সপ্ৰেছৰ যোগেদি গোটেই পৰিয়াললৈ মৰম জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ মৰম জনাইছোঁ ।মোৰ ঘৰ হৈছে মংগলদৈৰ পৰা এখন ভিতৰুৱা গাওঁ পূব আঠিয়াবাৰী।তাত মোৰ মা দেউতা … Read more

Actress Abishranta Phukan

অসমৰ জনপ্ৰিয় অভিনেত্ৰী অবিশ্ৰান্তা ফুকনৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।অবিশ্ৰান্তা ফুকনঃ হয়।মইও অসমৰ এখন আগশাৰীৰ বহুল প্ৰচাৰিত আৰু প্ৰকাশিত এখন বাতৰি কাকত “অসম এক্সপ্ৰেছ”লৈ আন্তৰিক ধন্যবাদ জনাই ক’ব খোজো যে, মোৰ জন্ম উজনি অসমৰ … Read more

Singer Anusmita Das

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুস্মিতা দাসৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঅনুস্মিতা দাসঃ ধন্যবাদমোৰ জন্ম গুৱাহাটীৰ ভঙাগড় ত ,মই Hindustani Kendriya Vidyalaya স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু B.Borooah কলেজৰ পৰা উচ্চতম মাধ্যমিক … Read more

Swarup Kakati Lyricist

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰকাৰ, গীতিকাৰ স্বৰূপ কাকতিৰ মনৰ কথাঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোস্বৰূপ কাকতিঃ প্ৰথমেই অসম এক্সপ্ৰেছৰ সৈতে জড়িত আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছো যে মোক আপোনালোকে এনেদৰে মৰম আদৰ দি উৎফুল্লিত কৰাৰ বাবে।মোৰ শৈশৱৰ সময়খিনি অসম … Read more

Abhijit Raag Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ ৰাগৰ সৈতে হোৱা মত বিনিময়অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাকঅসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম, শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঅভিজিৎ ৰাগঃ মই অভিজিৎ ৰাগে অসম এক্সপ্ৰেছৰ সকলো সদস্যৰ লগতে সমূহ অসম বাসীক মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলো। লগতে মৰমৰ ভাইটি পবিত্র লৈও একাঁজলী … Read more

Sushmita Baruah Singer

লক্ষীমাই এলবামেৰে জনপ্ৰিয়তা লাভ কৰা জনপ্ৰিয় কণ্ঠশিল্পী সুস্মিতা বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ আৰু লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।সুস্মিতা বৰুৱাঃ নমস্কাৰ পোন প্ৰথমে মই অসম এক্সপ্ৰেছৰ সকলো কৰ্মকৰ্তা সকলক ধন্যবাদ জনালো তেওঁলোকে মোক মনৰ কথা কোৱাৰ সুবিধা প্ৰদান কৰিলে আৰু … Read more

Ritrisha Sharma Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতৃষা শৰ্মাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।ঋতৃষা শৰ্মাঃ নমস্কাৰ । প্ৰথমতে মই অসম এক্সপ্ৰেছৰ সমূহ কৰ্মকত্তাক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ জন্ম হৈছিল দুলীয়াজানত। কিন্তু তিনিবছৰ মান … Read more

Prachi Kunal Koushik

শিশুশিল্পী প্ৰাৰ্চী কুনাল কৌশিকৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তোমাৰ জন্ম, স্কুল খনৰ নাম এই বিষয়ে জানিব বিচাৰোঁ।প্ৰাৰ্চী কুনাল কৌশিকঃ নমস্কাৰ ময়ো আপোনালোকৰ অসম এক্সপ্ৰেছক মৰম শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ জন্ম গুৱাহাটী মহানগৰীৰ ৰুক্নিনী গাৱঁত। মোৰ বয়স১২বছৰ।মই সপ্তম শ্ৰেণীত পঢ়ি আছোঁ।মই পঢ়ি থকা বিদ্যালয় … Read more