Sushmita Baruah Singer
লক্ষীমাই এলবামেৰে জনপ্ৰিয়তা লাভ কৰা জনপ্ৰিয় কণ্ঠশিল্পী সুস্মিতা বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ আৰু লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।সুস্মিতা বৰুৱাঃ নমস্কাৰ পোন প্ৰথমে মই অসম এক্সপ্ৰেছৰ সকলো কৰ্মকৰ্তা সকলক ধন্যবাদ জনালো তেওঁলোকে মোক মনৰ কথা কোৱাৰ সুবিধা প্ৰদান কৰিলে আৰু … Read more