Jumi Choudhury Baruah
অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুমি চৌধুৰী বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছঃ প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ আলোচনীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁজুমি চৌধুৰী বৰুৱাঃ নমস্কাৰ পোন প্ৰথমে অনুপমা আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা তথা শুভ কামনা জ্ঞাপন কৰিছোঁ। মোৰ জন্ম দক্ষিণ কামৰূপ জিলাৰ … Read more