Ritu Bora Actor

অসমৰ জনপ্ৰিয় অভিনেতা ৰিন্টু বৰাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোৰিন্টু বৰাঃ মোৰ জন্ম নগাঁও জিলাৰ কৰৈয়নীৰ মাজৰ আটি গাৱঁত।মোৰ শৈশৱ আৰম্ভ হৈছিল মোৰ মামাৰ ঘৰত।মোৰ যিহেতু মা খুব সৰুতে ঢুকাইছিল।নৱমমান শ্ৰেণীত মই আকৌ ঘৰলৈ … Read more

Kussum Kailash Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ সৈতে হোৱা মত বিনিময়অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।কুসুম কৈলাশঃ মোৰ ফালৰ পৰা প্ৰথমতে অসম এক্সপ্ৰেছৰ সমূহ সদস্য লৈ বহুতো শুভকামনা জনালো আশা ৰাখিছো আপোনালোকৰ দিন কুশল মংগল।মোৰ ঘৰ চৰাইদেউ জিলাৰ মাহমৰাত। … Read more

Kumar Bhabesh Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশৰ সৈতে হোৱা অন্তৰংগ আলাপ অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।কুমাৰ ভৱেশঃ ধন্যবাদ জনালোঁ‌।মোৰ জন্ম হৈছিল গুৱাহাটীৰ ওচৰৰ মীৰ্জা গোপালপুৰ নামে ঠাইত। মোৰ শৈশৱকালটো মীৰ্জাতে কটাইছো। বৰ্তমান গুৱাহাটীতে থাকো।মই মোৰ পঢ়া শুনাটো মীৰ্জাতে … Read more

Nilav Nita Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ মনৰ কথাঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।নীলাভ নীতাঃ হয় মোৰো খুবেই বেছি ভাল লাগিল আজিঅসম এক্সপ্ৰেছৰ জৰিয়তে মোৰ সাক্ষাৎকাৰ লব বিচৰা কাৰণে।মই খুবেই বেছি সুখী।মোৰ শৈশৱ আৰু কৈশোৰ বুলি কবলৈ গলে মই মৰাণ … Read more

Chetna Das Actress

অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস বাইদেউ লগত হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাৰ জন্ম, শিক্ষা জীৱন এই বিষয়ে জানিব বিচাৰোঁ।চেতনা দাসঃমোৰ জন্ম ১৯৫৪ চনতশ্বিলঙৰ গণেশ দাস হষ্পিতালত।দেউতা কৰ বিভাগত চাকৰি কৰিছিল‌।শ্বিলঙত জন্ম হোৱা বাবে মোৰ নাকটো ফেচাৰ নিচিনা। মই বৰপেটাৰ আমোলাপট্টি প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ।তৃতীয় শ্ৰেণীৰ ছমহীয়া পৰীক্ষা … Read more

Astharupa Singer

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আস্থাৰূপাৰ সৈতে হোৱা অন্তৰংগ আলাপঅসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।আস্থাৰূপাঃ নমস্কাৰ পোন প্ৰথমে অসম এক্সপ্ৰেছৰ সমূহ কৰ্মকৰ্তালৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। মোৰ জন্ম নলবাৰী জিলাৰ মহিনা গাঁৱত। সেই গাওঁ খনতেই মোৰ স্কুলীয়া জীৱনৰ আৰম্ভনি হৈছিল … Read more

Pallab Paban Bora Script Writer

অসমৰ জনপ্ৰিয় স্কীপ ৰাইটাৰ পল্লৱ পৱন বৰাৰ মনৰ কথা অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ লগতে শিক্ষা জীৱন সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ।পল্লব পৱনঃ অসম এক্সপ্ৰেছকো মই ধন্যবাদ জনাইছোঁ মোক এইকন সুবিধা দিয়াৰ বাবে ।মোৰ জন্ম ধুবুৰীত।তাৰ পাছত আমি আমাৰ স্থায়ী ঘৰ নগাৱলৈ আহিলোঁ।শৈশৱ আৰু … Read more